HSLC Examination 2022

দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰী সকলক জনোৱা হয় যে ইতিমধ্য হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ সময় সূচি দিয়া হৈছে, গতিকে সকলো ছাত্ৰ ছাত্ৰীক eKakshya-ডিজিটেল শ্ৰেণীকক্ষৰ ফালৰ পৰা শুভেচ্ছা থাকিল |


ভালদৰে পঢ়া শুনা কৰি নিজৰ লগতে দেশৰ উন্নতিৰ হকে আগবাঢ়ি যোৱা....

Sat Jan 8, 2022

eKakshya - ডিজিটেল শ্ৰেণীকক্ষ