Important Video for H.S.L.C

সমূহ ছাত্ৰ ছাত্ৰী সকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভকামনা যাঁচিলো...তোমালোকে পৰীক্ষাৰ বহীৰ প্ৰথম পৃষ্ঠা কিদৰে পূৰ কৰিবা তাৰেই এটা ভিডিঅ' আপলোড কৰা হৈছে |


তোমালোকে ভিডিঅ' টো সম্পূৰ্ণ চাবা |

শেষত "eKakshya-ডিজিটেল শ্ৰেণীকক্ষ"ৰ তৰফৰ পৰা তোমালোকলৈ বহুত শুভকামনা থাকিল

Sat Mar 12, 2022

eKakshya - ডিজিটেল শ্ৰেণীকক্ষ